• Home
  • অসম
  • অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি
Image

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি

১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা

ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা

কেন্দ্ৰীয় জলআয়োগে জাৰি কৰিছে সতৰ্কবাণী

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি

যিকোনো মূহুৰ্তত বিজুলী, ঢেৰেকণি, ধুমুহা অহাৰ সম্ভাৱনা

উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট

Releated Posts

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা…

ByByMahesh Malakar May 23, 2026

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক মূল্যবৃদ্ধিক লৈ এফালে প্ৰতিবাদ আৰু আনফালে আকৌ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য দেশত পুনৰ…

ByByMahesh Malakar May 23, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক নিশা বাসগৃহ চাৰিওফালে আৰক্ষী ঘেৰাও কৰি কৰায়ত্ত কৰে…

ByByMahesh Malakar May 23, 2026

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026
Scroll to Top