বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত জামাদাৰহাট সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা । সংবাদ মাধ্যমযোগে সদৰি কৰে সমবায় সমিতি লিমিটেডৰ সভাপতিয়ে।

জামাদাৰহাট সমবায় সমিতি লিমিটেডৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কালিলৈ অৰ্থাৎ ৮ আগষ্ট , পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব । পৰাভিটা বজাৰত অৱস্থিত জামাদাৰহাট সমবায় সমিতিৰ কাৰ্য্যালয়ত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে বিভাগীয় লোকৰ উপস্থিতিত হব এই মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জামাদাৰহাট সমবায় সমিতি লিমিটেডৰ সাধাৰণ … Read more

“বিজেপিয়ে অকলে নিৰ্বাচন খেলিলে আমিও খেলিবলৈ প্ৰস্তুত ” – মুছলপুৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ মন্তব্য ।

২০২৫ ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব বিজেপিয়ে ।মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে বিটিচিত মিত্ৰদল ইউপিপিএলৰ মাজত সৃষ্টি হৈছে জোকাৰণি ।আজি বাক্সা জিলাৰ মুছলপুৰত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰেঅসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ।তেওঁ কয় যে বিজেপিয়ে যদি অকলে নিৰ্বাচন খেলিব প্ৰস্তুত তেন্তে … Read more

কলিয়াবৰৰ আমবাগানত পথ দুৰ্ঘটনা । থিতাতে নিহত কণমানি শিশু ।

বলে’ৰ বাহনে মহতিয়াই নিলে টমটমক ।থিতাতে নিহত কণমানি শিশু ।সংকটজনক অৱস্থাত পাচঁগৰাকীক প্ৰেৰণ তেজপুৰ মেডিকেল কলেজলৈ ।আমবাগানৰ পৰা ভাটিয়াখালিলৈ গৈ থকা অৱস্থাটেই দূৰ্ঘটনাটো সংঘটিত হয় ।দূৰ্ঘটনা সংঘটিত কৰি পলায়ন ব’লেৰ বাহনখনৰ ।দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তি কেইজন ক্ৰমে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গতমাগুৰমাৰিৰ ১৬বছৰীয়া জীয়াউৰ ইছলাম, নাজিয়া বেগম (৩)বছৰ, ৩৪ বছৰীয়া চুলতানা খাতুন২২বছৰীয়া হাফিছা খাতুন,১৪বছৰীয়া মুছিকুল ইছলাম আনজন … Read more

“বাংলাদেশত কৌশানীৰ নায়ক শান্তো খানক প্ৰহাৰ কৰি হত্যা কৰা হৈছিল”- অভিনেত্ৰীগৰাকীয়ে কি কৈছিল ?

কৌশানী ‘পিয়া ৰে’ বোলছবিখনত শান্তোৰ নায়িকা আছিল । কৌশানীয়ে নায়কৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব নোৱাৰে।অস্থিৰতাৰ পৰিৱেশ সমগ্ৰ বাংলাদেশতে আছে । শ্বেখ হাছিনাই দেশ ত্যাগ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে । চুবুৰীয়া দেশবোৰৰ পৰা ইটোৰ পিছত সিটো অস্থিৰতাৰ খবৰ আহি আছে । ইয়াৰ মাজতে, আন এটা খবৰে জোকাৰিছে বাংলাদেশক । বাংলাদেশৰ চান্দপুৰ সদৰ উপজিলাত … Read more

আমিনগাঁৱত সংঘটিত শিক্ষক সমাজক লজ্জানত কৰা ঘটনা

আমিনগাঁৱত সংঘটিত হল শিক্ষক সমাজক লজ্জানত কৰা ঘটনা ।শিক্ষাৰ্থীক নিচাযুক্ত টেৱলেট সেৱন কৰোৱাই অসৎ কামত লিপ্ত কৰোৱাৰ অভিযোগ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে । কামৰূপ জিলাৰ আমিনগাঁৱত সংঘটিত হল শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা । শিক্ষাৰ্থীক নিচাযুক্ত টেৱলেট সেৱন কৰালে শিক্ষয়িত্ৰীয়ে ।দানৱৰ ৰূপত দেখা গল টিউচন শিক্ষয়ত্ৰী লিনা কলিতা ওৰফে মমিক ।ছাত্ৰ-ছাত্ৰীক নিচাযুক্ত টেবলেট খুৱাই অসৎ … Read more

জাগীৰোড তথা অসমবাসীৰ বাবে গৌৰৱৰ দিন ৩ আগষ্ট । জাগীৰোডত স্থাপন হবলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন হব ৩ আগষ্টত ।

৩ আগষ্টৰ দিনটো হ’ব জাগীৰোড তথা সমগ্ৰ অসমবাসীৰ বাবে এক ঐতিহাসিক দিন ৷কিয়নো, ৩ আগষ্টত ভূমি পূজন হ’ব জাগীৰোডত স্থাপন হ’বলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ৷২০২৬ চনৰ ভিতৰতে টাটাই এই প্ৰকল্পত আৰম্ভ কৰিব ছেমিকণ্ডাক্টৰ প্ৰস্তুতৰ কাম ৷প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ এক মাইলৰ খুঁটিস্বৰূপ এই প্ৰকল্প নির্মাণত ব্যয় হ’ব ২৭ হাজাৰ কোটি টকা ।এই প্ৰকল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে … Read more

বিহালীৰ নকোনিয়া ডেকাৰ গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে গাঁওবাসীক । উপনিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ ।

বিহালীৰ নকোনিয়া ডেকাৰ গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে গাঁওবাসীক ।উপনিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে ।সেয়ে, আজি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ দিনত ৰাস্তা ঘাট,নামঘৰ, মন্দিৰ, মজিদ আদিৰ যথেষ্ট উন্নয়ন হোৱাৰবিপৰীতে বিগত ৮০ চনৰ পৰাই বসবাস কৰা ৪ খন গাঁৱৰ ৰাইজৰ মাত্ৰ ১ কি. মি. দৈৰ্ঘ্যৰ এটা পথ আজিও জৰাজীৰ্ণ হৈ … Read more