ঠাণ্ডা দিনত আপুনি নিজকে কেনেদৰে যত্ন লব । ঠাণ্ডা দিনকেইটাত আপোনাৰ গাৰ বিষ হয় নেকি ? ইয়াৰ পৰা আপুনি কেনেদৰে পৰিত্ৰাণ পাব । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।
শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ ৰক্তসঞ্চালন প্ৰক্ৰিয়া ধীৰ হয় । গাৰ পৰা অধিক তাপ ওলাই যোৱাত বাধা প্ৰদান…