ঠাণ্ডা দিনত আপুনি নিজকে কেনেদৰে যত্ন লব । ঠাণ্ডা দিনকেইটাত আপোনাৰ গাৰ বিষ হয় নেকি ? ইয়াৰ পৰা আপুনি কেনেদৰে পৰিত্ৰাণ পাব । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।
শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ ৰক্তসঞ্চালন প্ৰক্ৰিয়া ধীৰ হয় । গাৰ পৰা অধিক তাপ ওলাই যোৱাত বাধা প্ৰদান কৰিবৰ বাবে ছাল, হাত, ভৰি আদি অংগলৈ তেজ চলাচলৰ পৰিমাণ কমি যায় । ফলস্বৰূপে হাত আৰু ভৰিৰ মাংসপেশী আৰু গাঁঠিসমূহ কম অক্সিজেনৰ পৰিৱেশ এটাৰ মুখামুখী হয়- যিয়ে সেই অংশবোৰত বিষৰ অনুভৱ কৰায় । গাঁঠিবোৰ আগুৰি … Read more