• Home
  • অসম
  • ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ
Image

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়, কংগ্ৰেছ দলো ত্যাগ কৰিলে সুৰেন দৈমাৰীয়ে। নিৰ্বাচনৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ এই ঘটনা ৰাজ্যৰ নিৰ্বাচনী ইতিহাসত নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।দালগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল দৈমাৰী। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত কংগ্ৰেছক গাড্ডাৰৰ দল আখ্যা দৈমাৰীৰ। টিকট দি দলে কোনো সঁহাৰি নিদিয়াৰ অভিযোগ দৈমাৰীৰ। বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো মোৰ ফোন ৰিচিফ নকৰিলে কংগ্ৰেছ নেতৃত্বই। যাৰ বাবে দল ত্যাগ কৰাৰ সিদ্ধান্ত লয় দৈমাৰীয়ে।

সুৰেন দৈমাৰীয়ে কয়, ‘‘দলীয় কৰ্মীৰ সৈতে মই অন্যায় কৰা নাই। কংগ্ৰেছ এটা গাদ্দাৰৰ দল।’’

Releated Posts

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

ন্যায় নাপায় জুবিন গাৰ্গে

ন্যায় নাপায় জুবিন গাৰ্গে জুবিন গাৰ্গৰ আত্মাইও আৰু শান্তি নাপায় নিৰ্বাচন শেষ জুবিন গাৰ্গৰ ন্যায়ো শেষ ফেচবুকত আৱেগ…

ByByMahesh Malakar Apr 29, 2026

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top