• Home
  • অসম
  • স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু
Image

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব

বাৰে বাৰে মানুহৰ জীৱনক লৈ কিয় হেতালি খেলে GMCয়ে ?

ৰে’ল বিভাগৰ মাটিত থকা প্ৰকাণ্ড পুৰণি গছজোপাই প্ৰাণ কাঢ়ি নিয়া পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব GMC য়ে ল’ব নে ৰে’ল বিভাগে ল’ব?

পৰীক্ষা দিবলৈ পাণ্ডু কলেজলৈ যাওতে স্কুটিৰ ওপৰত গছ বাগৰি ইতিমধ্যে মৃত্যু হৈছে পৰিস্মিতা হাজৰিকাৰ

গুৰুত্বৰভাৱে আহত হৈছে জ্যোতিৰ্ময় মহন

Releated Posts

দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা

দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ৰাজপথত মৃত্যুৰ কিৰিলি এই পৰ্যন্ত ৮জনৰ মৃত্যুৰ খবৰ আহত হৈছে ২২ গৰাকীকৈলোক…

ByByMahesh Malakar Jul 1, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top