যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম
ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি
বানত বুৰ গৈছে কেইবাটাও অঞ্চল
বিপদসংকুল ভাৱে চলি আছে যাতায়ত ব্যৱস্থা
দ্ৰুতগতিত বৃদ্ধি পাইছে ৰঙানদীৰ জলস্তৰ
নৈ পৰীয়া ৰাইজক সতৰ্কৰ লগতে হাই এলাৰ্ট জাৰি প্ৰশাসনৰ
অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পিছতেই সীমান্তৰ জিলা কেইখনত লাগিছে হাহাকাৰ
ধেমাজি, লখিমপুৰৰ লগতে বিশ্বনাথ, শোণিতপুৰত নামিছে ভয়ংকৰ বিপদ
বানৰ কৱলত ডুব গৈছে ধেমাজি, জোনাই, গোগামুখ, চিলাপথাৰ












