অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড
অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক
চিনাকিসূত্ৰে বিশ্বাস কৰি ১০ মে’ত অৰুণাচললৈ গৈছিল সুমিতা খোডাল নামৰ এগৰাকী যুৱতী
ঢেকীয়াজুলিৰ ভোটপাৰাৰ আমিৰ হুছেইন নামৰ ব্যক্তিৰ ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে ৰাজ্য
৮ জুনত যুৱতীগৰাকীক অসুস্থ অৱস্থাত ঘৰত থৈ গৈছিল আমিৰ হুছেইনে
২১ জুনত চিকিৎসালয়ত মৃত্যু হয় যুৱতীগৰাকীৰ
ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিলে দল সংগঠনে












