কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ
বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ
কংগ্ৰেছলৈ আহি আছে মমতা দিদি
মমতা বেনাৰ্জীলৈ ছোনিয়া গান্ধীৰ প্ৰস্তাৱ
প্ৰস্তাৱ সন্মতি হ’লে মমতাক দিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষৰ পদ
ইখনৰ পিছত সিখনকৈ বৈঠকত মিলিত হৈছে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ














