• Home
  • দেশ
  • বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা
Image

বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

পাটনাস্থিত গান্ধী ময়দানত পূর্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

প্রধানমন্ত্রী মোদীৰ কাৰ্যসূচীৰ আধাৰত নিৰ্ণয় হ’ব শপতগ্ৰহণৰ চূড়ান্ত দিন

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত

এইবাৰ বিহাৰৰ নিৰ্বাচনত এন ডি এয়ে ব্যাপক জয় লাভ কৰাৰ লগতে ২০২০ চনৰ তুলনাত যথেষ্ট ভাল হৈছে

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ আটাইকেইটা আসনৰ ফলাফল ঘোষণা কৰি ২০২খন আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ব্যাপক জয় লাভ কৰে।

আনহাতে মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসন লাভ কৰিবলৈ সক্ষম।

Releated Posts

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ আজিৰ দিনটোতেই…

ByByMahesh Malakar Jun 12, 2026

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026

বাংলাদেশী প্ৰেমিকাই হ*ত্যা কৰিলে অসমৰ যুৱকক

বাংলাদেশী প্ৰেমিকাই হত্যা কৰিলে অসমৰ যুৱকক চেন্নাইত নৃশংসভাৱে হ*ত্যা অসমৰ যুৱকক কাটি টুকুৰা টুকুৰা কৰি বেগত ভৰাই পেলাই…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top