• Home
  • অসম
  • আজিৰে পৰা ONLINE PAYMENTৰ ক্ষেত্ৰত হ’ব বহু পৰিৱৰ্তন
Image

আজিৰে পৰা ONLINE PAYMENTৰ ক্ষেত্ৰত হ’ব বহু পৰিৱৰ্তন

আজিৰে পৰা ONLINE PAYMENTৰ ক্ষেত্ৰত হ’ব বহু পৰিৱৰ্তন

সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম

প্ৰযোয্য হ’ব নতুন নিয়ম

আহি গ’ল ৰিজাৰ্ভ বেংকৰ
নতুন নিৰ্দেশনা

চাইবাৰ অপৰাধ নিয়ন্ত্ৰন কৰিবলৈ নতুন নিয়ম প্ৰযোজ্য হ’ব

যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ’ব

দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন

এটা পাছৱৰ্ট, OTP, ফিংগাৰপ্ৰিন্ট আৰু ফেচ আইডি ব্যৱহাৰ কৰিব লাগিব

অনলাইন লেনদেন কৰিলে থাকিব দুবাৰকৈ verify প্ৰক্ৰিয়া

Releated Posts

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ জল্পনা-কল্পনা অন্ত পেলালে মুখ্যমন্ত্ৰীয়ে

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ জল্পনা-কল্পনা অন্ত পেলালে মুখ্যমন্ত্ৰীয়ে ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ…

ByByMahesh Malakar Apr 23, 2026

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ হোটেল, ধাবা, দোকান-পোহাৰ সকলোতে চলিব বুলড’জাৰ মাত্ৰ ৬০ দিনৰ সময়সীমা…

ByByMahesh Malakar Apr 23, 2026

অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰত সুৰাৰ যোগান ধৰিছিল শ্যামকানু মহন্তই

অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰত সুৰাৰ যোগান ধৰিছিল শ্যামকানু মহন্তই বিস্ফোৰক তথ্য ফাদিল ফাষ্টট্ৰেক আদালতত যিমানে বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িছে…

ByByMahesh Malakar Apr 23, 2026

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ? আজি পশ্চিমবংগ আৰু তামিলনাডুত হাইভল্টেজবিধানসভা নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ…

ByByMahesh Malakar Apr 23, 2026
Scroll to Top