• Home
  • অপৰাধনামা
  • অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰত সুৰাৰ যোগান ধৰিছিল শ্যামকানু মহন্তই
Image

অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰত সুৰাৰ যোগান ধৰিছিল শ্যামকানু মহন্তই

অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰত সুৰাৰ যোগান ধৰিছিল শ্যামকানু মহন্তই

বিস্ফোৰক তথ্য ফাদিল ফাষ্টট্ৰেক আদালতত

যিমানে বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িছে সিমানেই ওলাই আছে শ্যামকানুৰ মিথ্যাচাৰ

অসুস্থ জুবিন গাৰ্গক য়ট পাৰ্টীৰ আগদিনা শ্যামকানু মহন্তই কৰোৱাইছিল অত্যধিক মদ্যপান

মদ দিব নালাগে বুলি মেইল কৰি নিজেই জুবিনক খুৱাইছিল মদ

প্ৰবাসী অসমীয়া অভিমন্যুৰ হতোৱাই দিছিল মদ

“ব্লেক এণ্ড হোৱাইট” হুইস্কি যোগান ধৰিছিল শ্যামকানুয়ে

আদালতত যুক্তি দৰ্শাই চৰকাৰী অধিবক্তাৰ মন্তব্য

Releated Posts

ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু

ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

ByByMahesh Malakar Jun 3, 2026

সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব ৰেচনৰ সামগ্ৰী

সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব ৰেচনৰ সামগ্ৰী লাভ কৰিব দুটাকৈ ৰেচন কাৰ্ড এটকাও নিদিয়াকৈ পাব দাইল, চেনি, নিমখ, মিঠাতেল ডাঙৰ…

ByByMahesh Malakar Jun 3, 2026

এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ ভাবক

লাভ জেহাদীৰ ঠেং ভাঙি দিয়া হ’ব কথা মতে কাম কৰিছে হিমন্ত চৰকাৰে এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ…

ByByMahesh Malakar Jun 3, 2026

এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ

এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ গছ কাটি ধ্বংস কৰাৰ ফল ভুগিবলৈ সাজু হওক ৰাজ্যবাসী পুৱাৰ ভাগৰে…

ByByMahesh Malakar Jun 3, 2026
Scroll to Top