• Home
  • অসম
  • গুৱাহাটীৰ বানৰ মাজতে উদ্ধাৰ তৃতীয়টো মৃ*ত*দে*হ
Image

গুৱাহাটীৰ বানৰ মাজতে উদ্ধাৰ তৃতীয়টো মৃ*ত*দে*হ

গুৱাহাটীৰ বানৰ মাজতে উদ্ধাৰ তৃতীয়টো মৃতদেহ

সাউকুছিৰ পাছত জ্যোতিকুছিৰ মৰা ভৰলুত মৃতদেহ উদ্ধাৰ

মৰা ভৰলুত উটি আহিল এজন লোকৰ মৃতদেহ

বানত পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ

জ্যোতিকুছিত উদ্ধাৰ পুৰুষৰ মৃতদেহ

বৰ্তমানেও চিনাক্ত হোৱা নাই যুৱকজনৰ পৰিচয়

তৃতীয় দিনাও জলমগ্ন মহানগৰীৰ বিভিন্ন অঞ্চল

Releated Posts

গুৱাহাটীৰ কৃত্ৰিম বানক লৈ কঠোৰ মুখ্য সচিব ড০ ৰবি কোটা

গুৱাহাটীৰ কৃত্ৰিম বানক লৈ কঠোৰ মুখ্য সচিব ড০ ৰবি কোটা মালিগাঁও ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা মুখ্য সচিব…

ByByMahesh Malakar Apr 21, 2026

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷ যোৰহাটৰ অন্যতম ব্যৱসায়ী তথা সমাজ জীৱনলৈ অনবদ্য বৰঙনিৰে যোৰহাটক…

ByByMahesh Malakar Apr 21, 2026

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুৱা ৬.০১ বজাত বিভিন্ন প্ৰান্তত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.২। মণিপুৰৰ কামজেং…

ByByMahesh Malakar Apr 21, 2026

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয়

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয় |…

ByByMahesh Malakar Apr 20, 2026
Scroll to Top