• Home
  • অপৰাধনামা
  • শ্যামকানু মহন্তই কিয় জামিন পাব লাগে আদালতত যুক্তি দিলে শ্যামকানুৰ অধিবক্তাই
Image

শ্যামকানু মহন্তই কিয় জামিন পাব লাগে আদালতত যুক্তি দিলে শ্যামকানুৰ অধিবক্তাই

শ্যামকানু মহন্তই কিয় জামিন পাব লাগে আদালতত যুক্তি দিলে শ্যামকানুৰ অধিবক্তাই

জুবিনক হত্যা কৰাৰ কোনো তথ্য প্ৰমাণ নাই আৰক্ষীৰ হাতত

জুবিনক সুৰা সেৱন কৰোৱাৰ প্ৰমাণো নাই

য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল

দীৰ্ঘদিনধৰি কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে অভিযুক্তসকল

বিনাদোষত কাৰাগাৰত ভৰাই থোৱা হৈছে অভিযুক্তসকলক

এইবোৰ কাৰণতেই জামিন পাব লাগে শ্যামকানু মহন্তই

শ্যামকানুৰ অধিবক্তাৰ যুক্তি

Releated Posts

ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু

ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

ByByMahesh Malakar Jun 3, 2026

সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব ৰেচনৰ সামগ্ৰী

সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব ৰেচনৰ সামগ্ৰী লাভ কৰিব দুটাকৈ ৰেচন কাৰ্ড এটকাও নিদিয়াকৈ পাব দাইল, চেনি, নিমখ, মিঠাতেল ডাঙৰ…

ByByMahesh Malakar Jun 3, 2026

এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ ভাবক

লাভ জেহাদীৰ ঠেং ভাঙি দিয়া হ’ব কথা মতে কাম কৰিছে হিমন্ত চৰকাৰে এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ…

ByByMahesh Malakar Jun 3, 2026

এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ

এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ গছ কাটি ধ্বংস কৰাৰ ফল ভুগিবলৈ সাজু হওক ৰাজ্যবাসী পুৱাৰ ভাগৰে…

ByByMahesh Malakar Jun 3, 2026
Scroll to Top