• Home
  • অপৰাধনামা
  • শিৱসাগৰ অ’ এন জি চি কলনীৰ সমীপত পুৱতি নিশা মাতৃ-কন্যাই একেলগে কৰিলে আত্মহনন
Image

শিৱসাগৰ অ’ এন জি চি কলনীৰ সমীপত পুৱতি নিশা মাতৃ-কন্যাই একেলগে কৰিলে আত্মহনন

শিৱসাগৰ অ’ এন জি চি কলনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা।

মাতৃ-কন্যাই একেলগে কৰিলে আত্মহনন ।

ঘৰত নিজেই অগ্নি সংযোগ কৰি আত্মহনন ।

মাতৃৰ নাম ৰূপা বৰগোঁহাই, কন্যাৰ নাম উপাসনা বৰগোঁহাই ।

উপাসনা বৰগোঁহাই এগৰাকী বিবাহিত মহিলা, লগতে তেওঁ এগৰাকী টেট শিক্ষয়িত্ৰী ।

আত্মহত্যাৰ সন্দৰ্ভত লিখি থৈ গৈছে ছুইচাইড নোট।

উপাসনা বৰগোঁহাই বিয়া হৈছিল শিৱসাগৰ চাৰিং হাফলুটিং নিবাসী বিদ্যুৎ নাথৰ সৈতে।

ইয়াৰ পূবেও ২০২৪ চনৰ ১০ মে’ত স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল উপাসনাই

শিৱসাগৰত মাতৃ কন্যাৰ অগ্নিদগ্ধ হৈ ৰহস্যজনক মৃত্যুৰ প্ৰসংগত উপাসনা বৰগোঁহাইৰ শিক্ষক স্বামী বিদ্যুৎ নাথক আটক।

চাৰিঙৰ পৰা আটক তেওঁৰ স্বামীক।

Releated Posts

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে কোন ১৮ বিধায়কে স্থান লাভ কৰিব মন্ত্ৰী সভাত? বিজেপি মিত্ৰজোঁটৰ কাৰ…

ByByMahesh Malakar May 6, 2026

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

কেতিয়া গঠন হ’ব নতুন চৰকাৰ? ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ১১:৩০ বজাত আনুষ্ঠানিক ভাৱে পদত্যাগ কিৰণ…

ByByMahesh Malakar May 6, 2026

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যপালৰ…

ByByMahesh Malakar May 6, 2026

মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ

মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে চৰকাৰৰ ভাল কামত…

ByByMahesh Malakar May 5, 2026
Scroll to Top