• Home
  • অসম
  • পুনৰ জনতাৰ মূৰত মাধমাৰ
Image

পুনৰ জনতাৰ মূৰত মাধমাৰ

পুনৰ জনতাৰ মূৰত মাধমাৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক শোধাইছে মাধমাৰ।

শাক-পাচলিৰ লগতে শেহতীয়াকৈ বৃদ্ধি পাইছে কণীৰ দাম।

এইবাৰ পুনৰ বৃদ্ধি পালে কণীৰ মূল্য।

প্রতি প্লেট কণীৰ দাম ৪০ টকাকৈ বৃদ্ধি।

প্রতি প্লেট কণীৰ দাম হ’লগৈ ২৩০ টকা।

পাইকাৰী দোকানত এটা কণী বিক্রী হৈছে ৯ টকাকৈ।

Releated Posts

BBCI Director Dr. A.C. Kataki joins USTM as Director of Medical AdministrationRi-Bhoi,

BBCI সঞ্চালক Dr. A.C. Kataki-এ USTMত মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে যোগদান কৰিলেRi-Bhoi, Meghalaya | May 6, 2026: স্বাস্থ্যসেৱা…

ByByMahesh Malakar May 6, 2026

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে কোন ১৮ বিধায়কে স্থান লাভ কৰিব মন্ত্ৰী সভাত? বিজেপি মিত্ৰজোঁটৰ কাৰ…

ByByMahesh Malakar May 6, 2026

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

কেতিয়া গঠন হ’ব নতুন চৰকাৰ? ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ১১:৩০ বজাত আনুষ্ঠানিক ভাৱে পদত্যাগ কিৰণ…

ByByMahesh Malakar May 6, 2026

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যপালৰ…

ByByMahesh Malakar May 6, 2026
Scroll to Top