এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব যান-বাহন আৰক্ষীয়ে
মোবাইল কেমেৰাৰে ফটো মাৰি বিহিব নোৱাৰিব No Parkingৰ জৰিমনা
পুৱা মোবাইলত ফটো উঠাই ৰাতি ফাইন কটা বন্ধ কৰিবলৈ নিৰ্দেশ শীৰ্ষ বিষয়াৰ
বাহনৰ মালিকে লগে লগে পাব লাগিব জৰিমনাৰ মেছেজ
এতিয়াৰে পৰা মোবাইলৰ সলনি PSO ডিভাইচৰ জৰিয়তেহে ফটো উঠাব লাগিব যান-বাহন আৰক্ষীয়ে
এতিয়াৰে পৰা no parkingৰ জৰিমনাও পাব হ্ৰাস ২ হাজাৰৰ পৰিৱৰ্তে ১ হাজাৰ টকাকৈ হ্ৰাস জৰিমনা















