মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড
মুছলমানক বদনাম কৰি কালী মন্দিৰত গোঁ-মুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ
আয়চন দাসৰ নিকৃষ্ট কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য
লংকাৰ ২নং পিপল পুখুৰীৰ নিত্যালাল দাসৰ পুত্ৰ আয়চন
ইতিমধ্যে আয়চন দাসক গ্ৰেপ্তাৰ কৰিছে উদালী আৰক্ষীয়ে
এগৰাকী মুছলমান ব্যক্তিক গোঁ মুণ্ড বিচাৰি ফোন কৰিছিল আয়চনে
আৰু সেই মুছলমান ব্যক্তিজনে ফোনৰ বাৰ্তালাপ কৰি ৰাখিছিল ৰেকৰডিং













