মেঘালয়ত সম্পূৰ্ণৰূপ নিষিদ্ধ ঘোষণা ব্লিংকিট
থলুৱা ব্যৱসায়ীক লৈ ডাঙৰ সিদ্ধান্ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ
ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত ল’লে বৃহৎ সিদ্ধান্ত
ব্যৱসায় কৰিবলৈ অনলাইন সেৱা BLINKITক নিদিলে অনুজ্ঞাপত্ৰ
অনলাইন এপ আধাৰিত সেৱাই ধ্বংস কৰিছে বহু ক্ষুদ্ৰ ব্যৱসায়ীক
মেঘালয়ৰ এই সিদ্ধান্তক দেশৰ সকলো প্ৰান্তৰ ব্যৱসায়ীয়ে জনাইছে আদৰণি















