• Home
  • অসম
  • বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ
Image

বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ

বৰ্তমানৰ পৰ্যন্তও জ্বলি আছে মহানগৰীৰ সাত মহলীয়া স্বাগতা স্কোৱেৰ

৩০ ঘণ্টা পাৰ হ’ল যদিও এতিয়াও জ্বলি আছে মহানগৰীৰ
সাত মহলীয়া স্বাগতা স্কোৱেৰৰ প্ৰাসাদোপম অট্টালিকা ৷ সকলোৰে উৎকণ্ঠা জুই নির্বাপন কৰিবলৈ সক্ষম হ’বনে অগ্নিনির্বাপক বাহিনীয়ে ৷

মঙলবাৰে মাজনিশাৰ পৰা গুৱাহাটীৰ অন্যতম অভিজাত সাতমহলীয়া অট্টালিকা স্বাগতা স্কোৱেৰত যি জুইৰ সূত্রপাত হয়, সি সঁচাকৈয়ে ভয়ংকৰ। গুৱাহাটীৰ অভিজাত অঞ্চল এবিচিত সংঘটিত এই জুই আজি নিশা এই বাতৰি যুগুতোৱা পৰলৈকে নির্বাপিত হোৱা নাই। নিশা ১২ বজাৰ পৰা বাতৰি প্রস্তুত কৰা পর্যন্ত যোৱা ৩৪ ঘণ্টা ধৰি জ্বলিয়ে আছে, জুলিয়ে আছে অট্টালিকাটো। এনেদৰে এটা বৃহৎ অট্টালিকা জ্বলি থকা ঘটনাৰ সাক্ষী হোৱা নাছিল গুৱাহাটী। কেইদিনমান পূর্বে হংকস্তুত কে’বাটাও অট্টালিক ভস্মীভূত হোৱাৰ চৰ্চা বিশ্বজুৰি চলিছিল। সেই আতংকই বিশ্বৰ বহু দেশক সচেতন হ’বলৈ বাধ্য কৰাইছে। অসমতো হংকঙৰ সেই ভয়াৱহ ঘটনাৰ চৰ্চা বাৰুকৈয়ে হৈছিল।

Releated Posts

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…

ByByMahesh Malakar Jun 24, 2026

অৰুণাচলত ডাৱৰ বিস্ফোৰণে অসমলৈ মাতিছে ভয়ংকৰ বিপদৰ সংকেত

সাৱধান হওক উত্তৰ অসমবাসী যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ধাৰণ কৰিব পাৰে ভয়াৱহ ৰূপ উত্তৰ অসমত হাই এলাৰ্ট জাৰি অৰুণাচলত…

ByByMahesh Malakar Jun 24, 2026

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কোটি কোটি টকাৰ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসম

ByByMahesh Malakar Jun 23, 2026

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড মুছলমানক বদনাম কৰি কালী মন্দিৰত গোঁ-মুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ আয়চন…

ByByMahesh Malakar Jun 23, 2026
Scroll to Top