• Home
  • অসম
  • মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাৰ CCTV ফুটেজ পোহৰলৈ
Image

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাৰ CCTV ফুটেজ পোহৰলৈ

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাৰ CCTV ফুটেজ পোহৰলৈ

ৰখাই থোৱা ট্ৰাকত কেনেকৈ খুন্দা মাৰিছিল বাহনখনে?

কেনেকৈ পলাই গৈছিল বাহনৰ চালক?

অতি দ্ৰুত বেগত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিছিল বাহনখনে

পুৱতি নিশা ৪.১৯ মিনিটত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো

পূৰ্বে দুগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছিল

আৰু বৰ্তমানসময়ত উদ্ধাৰ হৈছে তৃতীয়গৰাকী যুৱতীৰো পৰিচয়

দুৰ্ঘটনাত আকাংশা, পূজাৰ সৈতে প্ৰাণ হেৰুৱাইছে বৰপেটাৰ নেহা খানে

তাৰ মাজতে পলায়ন কৰিছে চালক আসনত বহা যুৱকজনে

Releated Posts

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

Scroll to Top