অসমৰ যুৱক যুৱতীক জাপানত নিয়োগৰ দুৱাৰ মুকলি ,কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন হ’ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ…

ৰাজ্যবাসীৰ বাবে সুখবৰ ।অচিৰেই কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন হ’ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ ।অসমৰ যুৱক যুৱতীক জাপানত নিয়োগৰ দুৱাৰ মুকলি ।জাপানীজ ভাষাৰ লগতে যুৱক যুৱতী সকলক বিভিন্ন কাৰিকৰী দিশত প্ৰদান কৰা হব প্ৰশিক্ষণ।আমিনগাঁৱৰ পৰ্যটন বিভাগৰ নব নিৰ্মিত ভৱনত মুকলি কৰা হব। এই প্ৰশিক্ষণ কেন্দ্ৰ।আজি জাপানৰ হাউচ অব ৰিপ্ৰেজেণ্টেটিভৰ স্পিকাৰ NUKAGA FUKUSHIRO সহ এটি … Read more

নিৰাপদে পৃথিৱী পালেহি সুনীতা উইলিয়ামছ , ৮ দিনীয়া অভিযানত যোৱা উইলিয়ামছে কিয় মহাকাশত থাকিব লগা হ’ল ৯ মাহ!৯ মাহত মহাকাশত কি কি কৰিলে সুনীতা উইলিয়ামছে, কি কি বিপদৰ সন্মুখীন হৈছিল সুনীতা উইলিয়ামছে ?

দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰি ইতিহাসৰ সৃষ্টি কৰিলে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে। ৮ দিনীয়া অভিযানত যোৱা উইলিয়ামছে কাৰিকৰী বিজুতিৰ বাবে ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব লগা হৈছিল। এই সময়ছোৱাত তেওঁ ৪৫০০ টা ক্লাছ সম্পূৰ্ণ কৰিছিল, ১২ কোটি ১০ লাখ মাইল ভ্ৰমণ কৰিছিল আৰু ৫০ ঘণ্টা ৪০ মিনিটৰ মহাকাশ ভ্ৰমণৰ অভিলেখ গঢ়ে। নাছাৰ ভাৰতীয় … Read more

ISRO যুৱ বিজ্ঞানী কাৰ্যসূচী “যুৱিকা ২০২৫” ৰ বাবে আবেদন আৰম্ভ

ISRO_registration

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ উদ্যোগত অনুষ্ঠিত “যুৱ বিজ্ঞানী কাৰ্যসূচী” (Young Scientist Programme) যুৱিকা (YUVIKA – 2025) ৰ বাবে আবেদন প্ৰক্ৰিয়া ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক বিজ্ঞান, প্রযুক্তি আৰু মহাকাশগৱেষণাৰ প্ৰতি উদ্বুদ্ধ কৰা। আবেদনৰ অন্তিম তাৰিখ: ২৩ মাৰ্চ, ২০২৫ এই কাৰ্যসূচী ২ সপ্তাহৰ আবাসিক প্ৰশিক্ষণ হ’ব আৰু ইয়াত … Read more

Unveiling DeepSeek: The Future of Intelligent Search and Data Discovery

intelligent search and data discovery

In the ever-evolving landscape of technology, the ability to efficiently search, analyze, and interpret vast amounts of data has become a cornerstone of innovation. Enter DeepSeek, a cutting-edge platform that is redefining the way we interact with information. Whether you’re a data scientist, a business analyst, or just someone curious about the world, DeepSeek is poised … Read more