মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ভকত গাওঁ গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী মনটি লাহনৰ নিৰ্বাচনী প্ৰচাৰ…

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ,বলি থকা মাজতে বিজেপি দলে চলাইছে এটা পাছত এটাকৈ নিৰ্বাচনী প্ৰচাৰ।মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ভকত গাওঁ গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী মনটি লাহন, আজি পঞ্চায়তৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী মনটি লাহন, আগন্তুক দিনত ৰাইজৰ সহায় … Read more

ৰহা সমষ্টিৰ অন্তৰ্গত কমাৰগাওঁ পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্যা প্ৰাৰ্থী চাহানা চুলতানা নিৰ্বাচনী প্ৰচাৰ…

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ প্ৰচাৰ তুংগত হৈ পৰিছে কমাৰগাওঁ গাঁও পঞ্চায়ত, পিছ পৰি ৰোৱা নাই ৰহা সমষ্টিৰ অন্তৰ্গত কমাৰগাওঁ পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্যা প্ৰাৰ্থী চাহানা চুলতানা। আজি কমাৰগাওঁ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত চলাইছে প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী গৰাকীৰ, আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে চাহানা … Read more

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে,বাল্যবিৱাহ কৰোৱাৰ অভিযোগ উখাপিত হৈছে এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে…

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এইবাৰ বাল্যবিৱাহ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি মৰিগাঁও জিলাৰ ৫৩নং লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০ নং হয়বৰগাঁও গাঁও পঞ্চায়তৰ সান্দহখাইটি গাঁৱৰ ৮নং (ক) ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী চহিদুল আলমে ২০১৩ … Read more

সৃজনগ্ৰাম সমষ্টিৰ কোকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনৰ প্ৰচাৰ অভিযান তুংগত….

সৃজনগ্ৰাম সমষ্টিৰ কোকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনে প্ৰচাৰ অভিযান তুংগত তুলি আজি ৫টাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ।প্ৰাৰ্থীজনে মুঠ ১২ টাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি চমক সৃষ্টি কৰে।শৌলমাৰী বজাৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি আমিৰুত জামানৰ পৌৰহিত্বতত অনুষ্ঠিত সভাত ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা নাহিদা চৌধুৰীয়ে বিধায়ক আব্দুল বাতিন খন্দকাৰক ঠক, প্ৰৱঞ্চক, দূৰ্নীতিকাৰী, কমিছনৰাজ বিধায়ক … Read more

কামৰূপৰ সেপকুছিত নিৰ্বাচন কেন্দ্ৰিক সং*ঘা*ট…

কামৰূপৰ সেপকুছিত নিৰ্বাচন কেন্দ্ৰিক সং*ঘা*ট।কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলিৰ পিছতে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত সৃষ্টি হয় নিৰ্বাচনী সংঘাট।মংগলবাৰে নিশা বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত প্ৰাৰ্থী বীৰেন কলিতাৰ সমৰ্থক আৰু অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী নবীউল্লা আলীৰ লগতে সমৰ্থকৰে সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশ। উল্লেখ্য যে কাৰ্যালয়টো মুকলি কৰাৰ সময়ত কংগ্ৰেছ কৰ্মী এগৰাকীয়ে দিয়া ভাষণত অগপ দলৰ প্ৰাৰ্থীগৰাকীক ব্যক্তিগত … Read more

মাৰ্ঘেৰিটা ইনথেমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলালে নিৰ্বাচনী প্ৰচাৰ…

গাওঁ পঞ্চায়তৰ নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী থকাৰ মাজতে মাৰ্ঘেৰিটাত আজি নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শাসক পক্ষই চৰকাৰৰ উন্নয়নৰ জয়ঢোল বজোৱা বিপৰীতে বিৰোধী পক্ষই মূখৰ হৈ পৰিছে চৰকাৰ বিৰোধী প্ৰচাৰত।আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰ্ঘেৰিটাৰ ইনথেম নগাপথাৰস্থিত ৰঙ্গমঞ্চত বিজেপিৰ দলৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ … Read more

ছিপাঝাৰৰ ১৯ নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী জিলমিল বেগমৰ নিৰ্বাচনী প্ৰচাৰ…

ছিপাঝাৰৰ ১৯ নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুমুনিচকী ৭ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী জিলমিল বেগমৰ নিৰ্বাচনী প্ৰচাৰ।ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ব্যতিক্ৰম নহয় ছিপাঝাৰৰ দুমুনিচকী ৭ নং ৱাৰ্ড। ১৯ নং মাৰৈ দুমুনিচকী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুমুনিচকী ৭ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী জিলমিল বেগমে সমৰ্থক সকলক লগত লৈ এইদৰে ঘৰে গৰে … Read more

জাগীৰোড বিধান সভা সমষ্টিৰ কেইবাটাও পঞ্চায়ত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীয়ুষ হাজৰিকাই…

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগেলগে প্ৰচাৰ অভিযান তুংগত উঠিছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ ৷ সোমবাৰে জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়ত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ সমষ্টিটোৰ দেওশাল, ধৰমতুল, জাগীভকত গাঁও আৰু মায়ং জিলা পৰিষদ আৰু ২৯ টা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে ৷ জাগীৰোডক … Read more

ৰঙিয়াৰ বটাকুছিত পথ দুৰ্ঘটনা, নিহত এজন।

ৰঙিয়াৰ বটাকুছিত পথ দুৰ্ঘটনা, নিহত এজন। ৰঙিয়াৰ বটাকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। পথৰ পৰা দ খাৱৈত বাগৰিল এখন ট্ৰেক্টৰ। খাৱৈত বাগৰি পৰাৰ পাছতে গাড়ীৰ তলত সোমাই পৰে চালকগৰাকী। চালক জন থিতাতে নিহত হোৱাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে। নিহত হোৱা চালক জন বিজনীৰ মাজিদুল আলী বুলি চিনাক্ত প্ৰত্যক্ষ দৰ্শীৰ।

ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ ,দৰিদ্ৰ লোকে লাভ কৰিব ২ লাখকৈ টকা এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ ,দৰিদ্ৰ লোকে লাভ কৰিব ২ লাখকৈ টকা এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেনেকৈ পাব ২লাখকৈ টকা?২লাখকৈ টকা পাবলৈ মানিব লাগিব ১০টা নিয়ম,নগৰ-চহৰত থকা দৰিদ্ৰ লোকে পাব ২লাখকৈ টকা আৰু নগৰাঞ্চলৰ দৰিদ্ৰ লোকেও লাভ কৰিব বাসগৃহ,প্ৰতিজন দৰিদ্ৰ লোকক ঘৰ বনাবলৈ ২লাখকৈ টকা দিব চৰকাৰে,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে … Read more