পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু, ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা বৰপেটা জিলাৰ চেঙাস্থিত চি এচ চি বাল বিদ্যালয়ৰ উদ্যোগত ছয়দিনীয়াকৈ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিহুনাচৰ কৰ্মশালা…

চেঙাত বিহুনাচৰ কৰ্মশালা আৰম্ভ, বৰপেটা জিলাৰ চেঙাস্থিত চি এচ চি বাল বিদ্যালয়ৰ উদ্যোগত বুধবাৰৰ পৰা ছয়দিনীয়াকৈ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে বিহুনাচৰ কৰ্মশালা। চি এচ চি বাল বিদ্যালয়খনৰ অধ্যক্ষ বসন্ত ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় বিহুনাচৰ কৰ্মশালা উদ্বোধনী সভা। বিহুনাচৰ কৰ্মশালা আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। বিহুনাচৰ কৰ্মশালাখন … Read more

তিনিদিনীয়াকৈ মৰিগাঁও ঔজাৰীত অনুষ্ঠিত হোৱা তিৱা সাহিত্য সভাৰ অন্তিম দিনাৰ পুৱাৰ ভাগত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত কেইবা সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ।

তিনিদিনীয়াকৈ মৰিগাঁও ঔজাৰীত অনুষ্ঠিত হোৱা তিৱা সাহিত্য সভাৰ অন্তিম দিনাৰ পুৱাৰ ভাগত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত কেইবা সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ।উদুলি মুদুলি মৰিগাঁও ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ। তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্ৰয়োদশ সংখ্যক তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি শেষৰটো দিন। শেষৰ দিনা পুৱা অধিবেশনস্থলীৰ পৰা উলিওৱা বাৰেৰহণীয়া … Read more

ৰঙিয়াৰ ঐতিহ্য মণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন…

ৰঙিয়াৰ ঐতিহ্য মণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন ।অধিৱেশন উপলক্ষে দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ ।নিশাৰ ভাগত উপস্থিত হৈ আয়োজক সমিতিৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰি কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কাৰ্যপন্থা সন্দৰ্ভত ভাষণ প্ৰসংগত আলোকপাত কৰে শইকীয়াই । প্ৰসঙ্গ … Read more

বিহু উদযাপন সন্দর্ভত আলফাই বান্ধি দিলে কিছু নিয়ম….

বিহু উদযাপন সন্দর্ভত আলফাই বান্ধি দিলে কিছু নিয়ম,বিহুৰ অনুষ্ঠানত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব| সাত বিহুত শিল্পীসকলে গাব নোৱাৰিব হিন্দী গীত| ব’হাগৰ প্ৰথম ৭ দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰিবলৈ আহ্বান|স্বকীয়তাক বিসর্জন দিয়া বিহু সমিতিলৈও সকীয়নি হিন্দী গীতৰ সৈতে বিহুক সংপৃক্ত নকৰিবলৈ আহ্বান,হিন্দী গীতক প্রাধান্য দিলে বিহু জাতীয় উৎসৱ হৈ নাথাকিব বিহুৰ ঊর্ধ্বত কোনো সমিতি … Read more

অহা কালিৰ পৰা অনুষ্ঠিত হবলগীয়া ত্ৰয়োদশ সংখ্যক তিৱা সাহিত্য সভাৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি।

অহা কালিৰ পৰা অনুষ্ঠিত হবলগীয়া ত্ৰয়োদশ সংখ্যক তিৱা সাহিত্য সভাৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি। উদুলি মুদুলি মৰিগাঁও ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ।অহা কালিৰ পৰা তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ত্ৰয়োদশ সংখ্যক তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। ২১,২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হব এই অধিৱেশন … Read more

যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাস আৰু নাই।

যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাস আৰু নাই। শনিবাৰে পুৱতি নিশা ৰাজগড়স্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, কিছুদিনৰ পৰা অসুস্থ হৈ থকা ড° লক্ষহীৰা দাসক কিছুদিনৰ পূৰ্বে হস্পাতালৰ পৰা ঘৰলৈ অনা হৈছিল। শনিবাৰে হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতাললৈ নিবলৈ ওলোৱাৰ সময়তে ঘৰতেই পুৱতি নিশা … Read more

১৫ মাৰ্চত কামৰূপ (মেট্র’) জিলাত স্থানীয় বন্ধ ঘোষণা…

দৌল যাত্ৰাৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্যপালৰ ১৫ মাৰ্চত সকলো চৰকাৰী কাৰ্যালয়, শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কামৰূপ (মেট্ৰ’)ৰ সকলো বিত্তীয় প্রতিষ্ঠানো বন্ধৰ ঘোষণা ১৫ মার্চত

মঞ্চৰ ট্ৰেজেডী কিঙে এইবাৰ বাস্তৱ কান্দি উঠিল , ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদুল ভূঞাৰ মাতৃৰ বিয়োগ।

অভিনেতাগৰাকীয়ে। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে। মাতৃৰ নিথৰ দেহৰ কাষত উচুপি উঠিল অভিনেতাগৰাকী। বুধবাৰে বিয়লি ৪ বজাত নাৰায়ণপুৰৰ ২নং ৰঙাজান গাঁৱৰ বাসগৃহত মৃত্যু হয় মাতৃ কুঞ্জলতা ভূঞাৰ। মঞ্চত প্ৰথম দৰ্শনীৰ অভিনয় সামৰি মাতৃৰ অন্তেষ্টিক্ৰিয়াত সম্পন্ন কৰে অভিনেতাগৰাকীয়ে। এইবাৰ ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী। লখিমপুৰৰ বৰমূৰীয়া তিনিআলিত চলি আছে ৰাজধানী … Read more

ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ক্ৰীড়া প্ৰকল্প: ৮,০০০+ নৃত্যশিল্পীয়ে ঝুমু নৃত্যৰে বিনন্দিনী অনুষ্ঠানত অংশ ল’ব

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী, ২০২৫: সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি ইতিহাস ৰচনা হ’ব। একেলগে একেটা স্থানত ৮,০০০তকৈ অধিক নৃত্যশিল্পীয়ে ঝুমু নৃত্য পৰিৱেশন কৰিব। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৬০খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, আৰু বিশিষ্ট উদ্যোগপতিসকল। অনুষ্ঠানৰ মুখ্য বৈশিষ্ট্য: উল্লেখযোগ্য: এই অনুষ্ঠানত একে স্থানত একে সময়তে ইমান বৃহৎ সংখ্যক শিল্পীয়ে ঝুমু … Read more

গোৱালপাৰাত বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱৰ আয়োজন…

গোৱালপাৰাত বিষ্ণুযজ্ঞসহ মেলা মহোৎসৱৰ আয়োজন ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ মহোৎসৱৰ বাবে সাজু শ্ৰীশ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতি লাখ লাখ ভক্তক আদৰিবলৈ পৰিচালনা সমিতিয়ে চলাইছে প্ৰস্তুতি