সাৱধান ৰাজ্যবাসী
ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে
মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ
২৪খনকৈ জিলাত এলাৰ্ট জাৰি
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতেই হাহাকাৰ অৱস্থা
আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক কমেণ্টবক্সত











