পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ ।সোমবাৰে বিয়লি ঘোষণা কৰা হয়
২০২৪ চনৰ CCE পৰীক্ষাৰ চূড়ান্ত ফলাফল কিন্তু কেইঘণ্টামানৰ পাছতে সেয়া বাতিল কৰিবলগীয়া হোৱা ঘটনাই সমগ্ৰ ৰাজ্যতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।মুঠ ৪৫ টা পদৰ বিভাগৰ বাবে ঘোষণা কৰা হৈছিল ফলাফলসোমবাৰে বিয়লি আয়োগে নিজৰ অফিচিয়েল ৱেবছাইটত চুড়ান্ত তালিকা প্ৰকাশ কৰিছিলতালিকাত নীহাৰ ৰঞ্জন ডেকাই ACS-ত প্ৰথম স্থানও দখল কৰিছিলনিৰ্বাচিত প্ৰাৰ্থীসকলে আনন্দ উল্লাস কৰি থকাৰ মাজতেই
ফলাফল বাতিলৰ খবৰ আহিপৰেতালিকাত কিছু “অনিচ্ছাকৃত ভুল” ধৰা পৰাৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰা হয় ফলাফলচৰ্চা অনুসৰি, মৰাণ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত থকা দুখন আসনৰ যোগ্য প্ৰাৰ্থীৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিলকেবিনেটৰ নিৰ্দেশনা মৰ্মে সংৰক্ষণৰ যি নতুন নিয়ম আছিল, সেই অনুসৰি ফলাফল প্ৰস্তুত কৰোঁতে ভুল ৰৈ গৈছিশীঘ্ৰেই পুনৰ ঘোষণা কৰা হব cce ৰ ফলাফল ।আয়োগৰ এনে দায়িত্বজ্ঞানহীন আচৰণক লৈ সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠিছে।
বিগত সময়ত স্বচ্ছ নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অহা চৰকাৰখনৰ মুৰব্বীগৰাকীৰ মৌনতাই বিৰোধী দল আৰু বিভিন্ন ছাত্র সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সম্পাদক সমীৰণ ফুকনেওনতুন প্ৰজন্মৰ ভৱিষ্যতক লৈ চূড়ান্ত অন্যায় কৰা বুলি মন্তব্য কৰিছে তেওঁফলাফল কি কাৰণত
বাতিল কৰিলে তাৰ উত্তৰ বিচাৰিছে আছুয়ে ।ইফালে apsc পৰীক্ষা বাতিলৰ উচ্চ পয্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ।

পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ
Releated Posts
চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ
চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…
যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম
যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…
যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…
সাৱধান ৰাজ্যবাসী
সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…












