অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা বৰক্ষেত্ৰীৰ ধ্ৰুৱজ্যোতি দাসৰ ৷

বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিছে বৰক্ষেত্ৰীৰ ঘোৰাথাল গাঁৱৰ ধ্ৰুৱজ্যোতি দাসে ৷ নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ২নং ঘোৰাথালা গাঁৱৰ ৰঞ্জিত চন্দ্ৰ দাস আৰু মামনি দাসৰ সুযোগ্য সন্তান ধ্ৰুৱজ্যোতি দাস উজ্বলি উঠিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত ৷ অত্যন্ত মেধাসম্পন্ন ধ্ৰুৱজ্যোতি দাসে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ একমাত্ৰ আবকাৰী অধীক্ষকৰ … Read more