• Home
  • অপৰাধনামা
  • আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে
Image

আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তদন্ত দেশৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ

আজি ১০:৩০ বজাত সকলো তথ্য ৰাজহুৱা কৰিব চৰকাৰে

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তদন্ত দেশৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ

কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই কৰিব পৰৱৰ্তী তদন্ত

সংস্থা নিৰ্বাচনৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব ভাৰত চৰকাৰে

NIA বা CBIৰ হাতত ভাৰত চৰকাৰে অৰ্পণ কৰিব তদন্তৰ ভাৰ

সমগ্ৰ ঘটনাত জড়িত আলী তৌকী শ্বেখ, গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ

ভাৰত চৰকাৰ অৱগত নহয় গৌৰৱ গগৈৰ পাকিস্তান যাত্ৰাত

দেউতাক মুখ্যমন্ত্ৰী থকাৰ অৱস্থাতে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ

Releated Posts

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে কোন ১৮ বিধায়কে স্থান লাভ কৰিব মন্ত্ৰী সভাত? বিজেপি মিত্ৰজোঁটৰ কাৰ…

ByByMahesh Malakar May 6, 2026

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

কেতিয়া গঠন হ’ব নতুন চৰকাৰ? ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ১১:৩০ বজাত আনুষ্ঠানিক ভাৱে পদত্যাগ কিৰণ…

ByByMahesh Malakar May 6, 2026

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যপালৰ…

ByByMahesh Malakar May 6, 2026

মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ

মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে চৰকাৰৰ ভাল কামত…

ByByMahesh Malakar May 5, 2026
Scroll to Top