ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু
৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰিয়দা গগৈয়ে
গুৱাহাটীৰ বাসগৃহত মৃত্যু ঘটে অখিল গগৈৰ মাতৃৰ
দীৰ্ঘদিন অসুস্থ হৈ আছে প্ৰিয়দা গগৈ
গুৱাহাটীৰ পৰা মৰিয়ণীৰ চেলেংহাতলৈ লৈ যোৱা হ’ব অখিল গগৈৰ মাতৃৰ নশ্বৰদেহ
চেলেংহাতত সম্পন্ন কৰা হ’ব শেষকৃত্য
মাতৃক হেৰুৱাই আৱেগিক পুত্ৰ অখিল গগৈ












