নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ
মুকালমুৱাত গ্ৰেপ্তাৰ কৰাৰ পিছত ব্যৱহাৰ কৰা অস্ত্ৰ দেখুৱাবলৈ লৈ গৈছিল ৰোজে
আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে
লগে লগে মৃত্যুমুখত পৰে লাভ জেহাদৰ খলনায়ক
ৰাজ্যবাসীৰ বাবে বৃহৎ ভাল খবৰ
নলবাৰীৰ হত্যা কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ খবৰ













