• Home
  • অসম
  • ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু
Image

ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু

ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মৃত্যু

৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰিয়দা গগৈয়ে

গুৱাহাটীৰ বাসগৃহত মৃত্যু ঘটে অখিল গগৈৰ মাতৃৰ

দীৰ্ঘদিন অসুস্থ হৈ আছে প্ৰিয়দা গগৈ

গুৱাহাটীৰ পৰা মৰিয়ণীৰ চেলেংহাতলৈ লৈ যোৱা হ’ব অখিল গগৈৰ মাতৃৰ নশ্বৰদেহ

চেলেংহাতত সম্পন্ন কৰা হ’ব শেষকৃত্য

মাতৃক হেৰুৱাই আৱেগিক পুত্ৰ অখিল গগৈ

Releated Posts

সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব ৰেচনৰ সামগ্ৰী

সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব ৰেচনৰ সামগ্ৰী লাভ কৰিব দুটাকৈ ৰেচন কাৰ্ড এটকাও নিদিয়াকৈ পাব দাইল, চেনি, নিমখ, মিঠাতেল ডাঙৰ…

ByByMahesh Malakar Jun 3, 2026

এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ ভাবক

লাভ জেহাদীৰ ঠেং ভাঙি দিয়া হ’ব কথা মতে কাম কৰিছে হিমন্ত চৰকাৰে এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ…

ByByMahesh Malakar Jun 3, 2026

এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ

এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ গছ কাটি ধ্বংস কৰাৰ ফল ভুগিবলৈ সাজু হওক ৰাজ্যবাসী পুৱাৰ ভাগৰে…

ByByMahesh Malakar Jun 3, 2026

লাভ জেহাদীৰ ঠেং ভাঙি দিয়া হ’ব

লাভ জেহাদীৰ ঠেং ভাঙি দিয়া হ’ব কথা মতে কাম কৰিছে হিমন্ত চৰকাৰে এতিয়াৰে পৰা অপৰাধ কৰোতে এশ বাৰ…

ByByMahesh Malakar Jun 2, 2026
Scroll to Top