ছাত্ৰনেতা মাধুৰ্য বৰ্মনৰ হ/ত্যাকাণ্ডৰ সন্দৰ্ভত নতুন তথ্য
ৰ’জ আলী নহয়, ঘটনাত জড়িত আন ৪ জন
মাধুৰ্য্য বৰ্মনৰ হত্যাৰ ৰহস্য ঘন
মাধুৰ্য বৰ্মনক হ*ত্যাৰ পূৰ্বে দেখা পাইছিল দুজন অচিনাকী যুৱকক
মাধুৰ্যক আক্ৰমণ কৰা দলঙৰ সমীপত দীৰ্ঘসময় অপেক্ষা কৰি আছিল দুই যুৱকে
কোন এই দুজন যুৱক?
প্ৰত্যক্ষদৰ্শীৰ মন্তব্যই পুনৰ সৃষ্টি কৰিছে ৰহস্যৰ












