• Home
  • অপৰাধনামা
  • পৱিত্ৰ কোৰাণৰ শপত খাইও মিঞাৰ শেষ কৰিলে এটি জীৱন
Image

পৱিত্ৰ কোৰাণৰ শপত খাইও মিঞাৰ শেষ কৰিলে এটি জীৱন

পৱিত্ৰ কোৰাণৰ শপত খাইও মিঞাৰ শেষ কৰিলে এটি জীৱন

হত্যাকাৰী দুই মিঞা যুৱকৰ বৰ্বৰতা শুনিলে চকু কপালত উঠিব আপোনাৰ

স্কুলত পঢ়ি থকা সময়ৰ পৰাই তাইৰ ওপৰত বেয়া চকু আছিল ৰ’জ আলীৰ

মাঘ বিহুৰ আগৰে পৰা আমাক ভাবুকি দি আছিল ৰ’জ আলীয়ে

ৰ’জ আলীৰ পিতৃ মাতৃয়ে কেচ দিবলৈ আমাক বাধা দিছিল

ৰ’জ আলীৰ অত্যাচাৰত মৃদুমৃদ্ৰাই সলবা লগীয়া হৈছিল বিদ্যালয়ো

ৰ’জ আলীৰ পিতৃ মাতৃয়ে ক্ষমা বিচৰাৰ বাবে আমি থানালৈ যোৱা নাছিলোঁ

ৰ’জ আলীৰ কাণ্ডত SLEEPING PARALYSIS হৈছিল তাইৰ

জানুৱাৰী মাহত আমাৰ ঘৰলৈ আহি আমাক চুৰি দেখুৱাইছিল ৰ’জ আলীয়

কান্দি কান্দি নলবাৰীৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা ভুক্তভোগী যুৱতীৰ মাতৃৰ

Releated Posts

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026

জাহিদৰ জানাজাত শ শ জনতা

জাহিদৰ জানাজাত শ শ জনতা ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ ডক্তৰ হোৱাৰ সপোন…

ByByMahesh Malakar Jun 14, 2026

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি প্ৰয়োজনত…

ByByMahesh Malakar Jun 13, 2026
Scroll to Top