• Home
  • দুৰ্ঘটনা
  • চৌদি আৰৱত শোকাৱহ পথ দুৰ্ঘটনাত ৪২গৰাকী ভাৰতীয় হজযাত্ৰীৰ কৰুণ মৃত্যু
Image

চৌদি আৰৱত শোকাৱহ পথ দুৰ্ঘটনাত ৪২গৰাকী ভাৰতীয় হজযাত্ৰীৰ কৰুণ মৃত্যু

আজি পুৱতি নিশা চৌদি আৰৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় ৪২গৰাকী ভাৰতীয় হজযাত্ৰীয়ে ৷

মক্কাৰ পৰা মদিনালৈ উমৰাহ হজযাত্রী লৈ যোৱা বাছ আৰু বিপৰীত ফালৰ পৰা অহা পেট্ৰল কঢ়িয়াই অনা অইল টেংকাৰৰ মুখামুখি সংঘর্ষত অগ্নিকাণ্ড সংঘটিত হৈ কৰুণ মৃত্যুক সাবটি লয় ২০ গৰাকী মহিলা আৰু ১১ গৰাকী শিশুসহ ৪২ জন ভাৰতীয় হজযাত্ৰীয়ে ৷ আনহাতে ভয়ংকৰ দুৰ্ঘটনাত আহত বহু কেই গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত । আনহাতে ঘটনাৰে পিছতে হায়দৰাবাদৰ ইমিগ্ৰেচন বিষয়াসকলে নিশ্চিত কৰিছে যে আটাইকেইজন ৪২ জন ভুক্তভোগী হাইদৰাবাদৰ।

বদৰ আৰু মদীনাৰ মাজৰ মুফ্ৰাহাথত সোমবাৰে পুৱতি নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মথৰুভূমি নিউজে প্ৰকাশ কৰা অনুসৰি সেই সময়ত অধিকাংশ যাত্ৰী শুই আছিল, যাৰ ফলত এই শোকাৱহ পৰিস্থিতিৰ প্ৰভাৱ আৰু বেছি বেয়া হৈ পৰে।

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু

কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷কাজিৰঙাৰ…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025
Scroll to Top