বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা
পুনৰ যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে মাৰ্শ্বেল বৰুৱা
২৫ জুনত আদালতত হাজিৰ হোৱা নিৰ্দেশ
চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱালৈ আদালতৰ চমন জাৰি
ভৰলুত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্শ্বেল বৰুৱাই
সেই গোচৰতেই পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল মাৰ্শ্বেল বৰুৱা
তাৰ পিছতেই জামিন লাভ কৰি ওলাই আহিছিল চিত্ৰশিল্পী গৰাকী
আজি পুনৰ মাৰ্শ্বেল বৰুৱালৈ আদালতৰ চমন













