• Home
  • অসম
  • UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত
Image

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ

১০টা নিৰ্দেশ মানি চলিলে আপুনিও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

লিভ-ইন-ৰিলেচনশ্বীপত থাকিলে জনাব লাগিব উপ-পঞ্জীয়কক

উপ পঞ্জীয়কে জনাব লাগিব আৰক্ষী থানাত

লিভ-ইন সম্পকৰ্ত জন্ম হোৱা সন্তানক বৈধ হিচাপে মানিব লাগিব

ৰাজ্যৰ বাহিৰত থকা যুৱক যুৱতীয়েও মানিব লাগিব এই নিয়ম

লীভ ইনে তথ্য নিদিলে দোষী প্ৰমাণিত হ’ব যুৱক-যুৱতী

লীভ ইনৰ তথ্য দিব নোৱাৰিলে ৬ মাহৰ ভিতৰতে হ’ব জে’ল

উপ পঞ্জীয়কক তথ্য নিদিলে ৩ মাহৰ কাৰাদণ্ড

ভৰিব লাগিব ২৫ হাজাৰ জৰিমনা

লীভ ইন ত্যাগ কৰিলে ভৰন পোষণৰ দাবী কৰিব পাৰিব

Releated Posts

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…

ByByMahesh Malakar Jun 25, 2026

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…

ByByMahesh Malakar Jun 24, 2026

অৰুণাচলত ডাৱৰ বিস্ফোৰণে অসমলৈ মাতিছে ভয়ংকৰ বিপদৰ সংকেত

সাৱধান হওক উত্তৰ অসমবাসী যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ধাৰণ কৰিব পাৰে ভয়াৱহ ৰূপ উত্তৰ অসমত হাই এলাৰ্ট জাৰি অৰুণাচলত…

ByByMahesh Malakar Jun 24, 2026

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কোটি কোটি টকাৰ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসম

ByByMahesh Malakar Jun 23, 2026
Scroll to Top