• Home
  • অসম
  • মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Image

মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিশাল ৰেলীৰে মনোনয়ন দাখিলৰ দিশে আগবাঢ়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে ৷
 খানাপাৰাৰ পৰা হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পৰিয়াল, দলীয় কৰ্মী-সমৰ্থকৰ সৈতে বিশাল সমদল বাহিৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন দাখিল কৰিবলৈ অহা দেখা যায় ৷মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টি জালুকবাৰীৰ পৰাও এই মনোনয়নত অংশ ল’বলৈ আহে হাজাৰ-হাজাৰ লোক ৷

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026
Scroll to Top