বিশাল ৰেলীৰে মনোনয়ন দাখিলৰ দিশে আগবাঢ়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে ৷
খানাপাৰাৰ পৰা হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পৰিয়াল, দলীয় কৰ্মী-সমৰ্থকৰ সৈতে বিশাল সমদল বাহিৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন দাখিল কৰিবলৈ অহা দেখা যায় ৷মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টি জালুকবাৰীৰ পৰাও এই মনোনয়নত অংশ ল’বলৈ আহে হাজাৰ-হাজাৰ লোক ৷

মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Releated Posts
ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত
ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…
‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’
‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’ ‘এই চৰকাৰ থাকিলে ৰাজ্যত প্ৰয়োজন নাই ডকাইতৰ’ ‘কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ…
ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন
ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…
আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন
আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন আজি শপত বাক্য পাঠ…










