• Home
  • অসম
  • অসমত UCC বলৱৎ হ’লে কি কি নিয়ম সলনি হ’ব?
Image

অসমত UCC বলৱৎ হ’লে কি কি নিয়ম সলনি হ’ব?

অসমত UCC বলৱৎ হ’লে কি কি নিয়ম সলনি হ’ব?

প্ৰেম কৰিব পৰিব কিন্তু থাকিব নোৱাৰিব একেলগে অৰ্থাৎ সম্পূৰ্ণৰূপে বন্ধ হব লীভ ইন ৰিলেশ্যনশ্বীপ

ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ

সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমান অধিকাৰ থাকিব কন্যাৰ

দেশৰ নাগৰিকৰ বাবে থাকিব উমৈহতীয়া আইন

বিলুপ্তি হ’ব ধৰ্ম, জাতি, সম্প্ৰদায়

দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে

সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন হব বাধ্যতামূলক

মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ’ব

বিবাহ আৰু বিচ্ছেদৰ একে হব নিয়ম

Releated Posts

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026

জাহিদৰ জানাজাত শ শ জনতা

জাহিদৰ জানাজাত শ শ জনতা ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ ডক্তৰ হোৱাৰ সপোন…

ByByMahesh Malakar Jun 14, 2026

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026
Scroll to Top