• Home
  • অপৰাধনামা
  • অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত উদ্ধাৰ গড়ৰ খৰ্গ
Image

অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত উদ্ধাৰ গড়ৰ খৰ্গ

অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট উদ্ধাৰ গড়ৰ খৰ্গ

CRPF 155(D) কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ খৰ্গটো।

উদ্ধাৰ হোৱা খৰ্গটোৰ ওজন ১ কেজি ২০০ গ্ৰাম।

নগাঁৱৰ পৰা মজিবুৰ ৰহমানে নগাক দিবলৈ আনিছিল খৰ্গটো।

নগাঁৱৰ পৰা সৰবৰাহ কৰিছিল খৰ্গটো

খৰ্গসহ আৰক্ষীৰ জালত মজিবুৰ ৰহমান

Releated Posts

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ…

ByByMahesh MalakarNov 14, 2025

শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও

শিলসাঁকোৰ উচ্ছেদিত ভূমিত একাংশ উচ্ছেদিত লোকে নতুনকৈ ঘৰ সজাৰ চেষ্টা কৰিছিল বুধবাৰে ৷ সেই খবৰ লাভ কৰাৰ পিছতে…

ByByMahesh MalakarNov 13, 2025

মেঘালয়ৰ ডাউকীৰ হাবিৰ মাজত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বশিষ্ঠৰ তপন দে’ৰ নিথৰ দেহ

চুবুৰীয়া মেঘালয়ৰ ডাউকীৰ অৰণ্যৰ মাজত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ নিথৰ দেহ ৷ ডাউকীৰ অৰণ্যৰ মাজত এজোপা গছত উলোমাই থোৱা…

ByByMahesh MalakarNov 13, 2025

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ! ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।বাবৰি…

ByByMahesh MalakarNov 13, 2025
Scroll to Top