অযোধ্যা দৰ্শনৰ বাবে যোৱা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ
উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
ভগৱান ৰামক সেৱা অৰ্চনাৰ বাবে গৈছিল এটা প্ৰতিনিধি দলো
ৰাজ্যখনৰ প্ৰসিদ্ধ ধৰ্মীয় উপাসনা স্থলী অযোধ্যাৰ ৰাম মন্দিৰ
অযোধ্যা দৰ্শনৰ বাবে যোৱাৰ সময়তে বাধা দিয়ে আৰক্ষীৰ
হোটেলৰ পৰা উঠাই আনি থানালৈ যায় উত্তৰ প্ৰদেশ আৰক্ষীয়ে
চৰকাৰে ভয় খাই মোক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ নেতাগৰাকীৰ
কংগ্ৰেছ নেতাগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে এই খবৰ

অযোধ্যা দৰ্শনৰ বাবে যোৱা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ
Releated Posts
মুছলমান শিক্ষকক প্ৰহাৰ বিজেপি নেতাৰ
মুছলমান শিক্ষকক প্ৰহাৰ বিজেপি নেতাৰ বিদ্যালয়ত উৰ্দু পঢ়োৱাৰ বাবেই প্ৰহাৰ মুছলমান শিক্ষকক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে দেশ তেলেংগানা…
ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ বিৰুদ্ধে মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে?
মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে? ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ বিৰুদ্ধে কি হ’ব এক্সন? মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা…
বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন
বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…












