• Home
  • অসম
  • শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN
Image

শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN

শিক্ষয়িত্ৰী ভাৱনা নিখোজৰ U-TURN

ঘৰৰ পৰা ওলাই পৰিয়ালক বিভ্ৰান্ত কৰি দুটা দিশত দুখনকৈ UBER বাহন বুক কৰিছিল ভাৱনা শৰ্মাই

পৰৱৰ্তী সময়ত RAPIDO বাইকেৰে খানাপাৰালৈ গৈছিল ভাৱনা শৰ্মা

দিশ সলনি কৰি পল্টন বজাৰৰ ফালে গৈছিল ভাৱনা

৭০ টকা দি ৰেপিড’ বুক কৰিছিল ভাৱনাই

মহানগৰীৰ ATMৰ পৰা ৭০০০ টকা উলিয়াইছিল ভাৱনাই

ভাৱনাৰ সৈতে শ্বিলঙত নাই কোনো যুৱক

শ্বিলংৰ হোটেলত অকলে উদ্ধাৰ ভাৱনা শৰ্মাক

সমগ্ৰ ঘটনাত কোনো লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

Releated Posts

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

ByByMahesh Malakar May 13, 2026
Scroll to Top