• Home
  • অসম
  • সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ
Image

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে

নিহত দুই বন্ধু হ’ল বৰপেটাৰোডৰ আজাদ নগৰৰ জাহাংগীৰ আলম আৰু মোস্তাফা খান

জাহাংগীৰ আলম বি এইচ কলেজ আৰু মোস্তাফা খান দ্রোণাচার্য একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ বুলি জানিব পৰা গৈছে

দুই বন্ধুৰ সপোন আছিল ভাৰতীয় সেনা বাহিনীত ভৰ্তি হোৱাৰ

তাৰ বাবে দুয়ো দৈনিক পুৱা আৰু গধুলি দৌৰা আৰু শাৰিৰীক অনুশীলন কৰি আহিছিল

মঙলবাৰে সন্ধিয়াও শাৰিৰীক অনুশীলনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল দুই বন্ধু

তাৰ পিছতেই আহিল হৃদয় বিদাৰক খবৰটো

Releated Posts

অৰুণাচলত ডাৱৰ বিস্ফোৰণে অসমলৈ মাতিছে ভয়ংকৰ বিপদৰ সংকেত

সাৱধান হওক উত্তৰ অসমবাসী যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ধাৰণ কৰিব পাৰে ভয়াৱহ ৰূপ উত্তৰ অসমত হাই এলাৰ্ট জাৰি অৰুণাচলত…

ByByMahesh Malakar Jun 24, 2026

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কোটি কোটি টকাৰ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসম

ByByMahesh Malakar Jun 23, 2026

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড মুছলমানক বদনাম কৰি কালী মন্দিৰত গোঁ-মুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ আয়চন…

ByByMahesh Malakar Jun 23, 2026

বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা

বিপদত পৰিছে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা এইবাৰ আন এক বিতৰ্কত নাম সাঙোৰ খাইছে মাৰ্শ্বেল বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মাৰ্শ্বেল…

ByByMahesh Malakar Jun 22, 2026
Scroll to Top