• Home
  • অসম
  • কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু
Image

কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু

কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু

বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত থকা দুই তিনি দিনীয়া পোৱালিটোৰ মৃত্যু।
দুৰ্ঘটনাটো মৃত্যু হোৱা হাতীৰ সংখ্যা বৃদ্ধি পালে আঠটালৈ ।
গুৰুতৰ ভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত অনা হৈছিল কাজিৰঙালৈ ৷
চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ

Releated Posts

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ…

ByByMahesh Malakar Feb 24, 2026
Scroll to Top