দেশ কঁপোৱা পেহেলগাম নৰসংহাৰৰ আজি এটা বছৰ সম্পূৰ্ণ
২৬ গৰাকী শ্বহীদক দেশবাসীৰ স্মৰণ
আজি দিনটোতে পেহেলগামত ধৰ্মৰ পৰিচয় সুধি সুধি নৰসংহাৰ চলাইছিল পাক সন্ত্ৰাসবাদীয়ে
পাক সন্ত্ৰাসবাদীৰ কাণ্ডক ধিক্কাৰ দি মৃতকক স্মৰণ দেশবাসীৰ
আজিও যেন ভাৰতীয়ৰ বুকুৰ এটুকুৰা কেঁচা ঘা শুকুৱা নাই
















