- পুৱা ৭বজাৰ পৰা শ্ৰীভূমিৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ।
- বেবিলেণ্ড ইংলিছ হাইস্কুল ভোটকেন্দ্ৰত পুনৰ ভোটদান।
- ৯ এপ্ৰিলত এই ভোটকেন্দ্ৰটোত কিছু খেলিমেলিৰ সৃষ্টি হৈছিল।
- তাৰ পাছতে ভোটগ্ৰহণ স্থগিত ৰখা হৈছিল ভোটকেন্দ্ৰটোত।
- আজি পুৱা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

শ্ৰীভূমিৰ আজি পুনৰ ভোটগ্ৰহণ
Releated Posts
‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’
জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…











