এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ
গছ কাটি ধ্বংস কৰাৰ ফল ভুগিবলৈ সাজু হওক ৰাজ্যবাসী
পুৱাৰ ভাগৰে পৰা ৩১-৩৫ ডিগ্ৰী তাপমাত্ৰা স্পৰ্শ কৰিলে গৰমে
প্ৰচণ্ড গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হওক ৰাজ্যবাসী
মানৱীয় কাৰ্যকলাপৰ ফলত বায়ুমণ্ডললৈ নিৰ্গত হোৱা গ্ৰীণহাউচ গেছৰ বাবে বতৰৰ পৰিৱৰ্তন
ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
২০৩০ ৰ ভিতৰত অধিক দ্ৰুতগতি বৃদ্ধি পাব পৃথিৱীৰ উষ্ণতা












