• Home
  • অসম
  • আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা
Image

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি

নিয়ম উলংঘা কৰিলেই বিপদ নিশ্চিত প্ৰাৰ্থী,মন্ত্ৰী,বিধায়কৰ

ৰাজ্যজুৰি জাৰি আচৰণবিধিক লৈ কঠোৰ নীতি-নিয়ম

নিজ ইচ্ছা মতে আজিৰ পৰা একো কৰিব নোৱাৰিব

অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো চৰকাৰী কাৰ্যসূচীত

চৰকাৰী বাহনো নিজা খৰচতহে ব্যৱহাৰ কৰিব পাৰিব

আজিৰ পৰা বন্ধ সকলো আঁচনি

প্ৰদান কৰিব নোৱাৰিব চৰকাৰী নিযুক্তি

আজিৰে পৰা বন্ধ সকলো ঠিকা কাম

আজিৰে পৰা অন্ত পৰিল ৫ বছৰীয়া ক্ষমতা

Releated Posts

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top