• Home
  • অপৰাধনামা
  • জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ, ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী
Image

জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ, ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী

জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ হোৱা ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰা হয়।

টীয়ক আৰক্ষী থানাৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সংস্থা (আটছা), টীয়ক শাখা সমিতিৰ উদ্যোগত, টীয়ক উপ-সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ হোৱা ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হয় আৰু থানা ঘেৰাও কৰে।

অতি সোনকালে প্ৰশাসনৰ উচিত তদন্ত কৰা নহ’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন কৰা হুংকাৰ দিয়ে আন্দোলনকাৰীয়ে।

Releated Posts

ব্যৱসায় কৰিবলৈ অনলাইন সেৱা BLINKITক নিদিলে অনুজ্ঞাপত্ৰ

মেঘালয়ত সম্পূৰ্ণৰূপ নিষিদ্ধ ঘোষণা ব্লিংকিট থলুৱা ব্যৱসায়ীক লৈ ডাঙৰ সিদ্ধান্ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীৰ ভৱিষ্যত…

ByByMahesh Malakar Jun 27, 2026

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

ইউএছটিএমৰ বিজ্ঞানীৰ বিশ্ব স্বাস্থ্য গৱেষণাত উল্লেখযোগ্য অৱদান

ইউএছটিএমৰ বিজ্ঞানীৰ বিশ্ব স্বাস্থ্য গৱেষণাত উল্লেখযোগ্য অৱদান Ri-Bhoi, Meghalaya, 26th June 2026: উত্তৰ-পূৰ্বাঞ্চলৰ বৈজ্ঞানিক সমাজৰ বাবে এক গৌৰৱময়…

ByByMahesh Malakar Jun 26, 2026
Scroll to Top