ধ্বংস হ’বলৈ ওলাইছে নেকি পৃথিৱী
বাৰে বাৰে কপি উঠিছে ধৰণী
ইখনৰ পিছত সিখনলৈ দেশত। প্ৰকৃতিৰ ৰুষ্ঠ ৰূপ
আফগানিস্তান, ভেনিজুৱেলাৰ পিছত এইবাৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ জাপান
৬.১ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিছে জাপানৰ উত্তৰ-পূব প্ৰান্ত
বৃহৎ ক্ষয় ক্ষতিৰ আশংকা জাপানত
ভূমিকম্পৰ জোকাৰণিৰ পিছতেই জাপানত জাৰি কৰা হৈছে হাই এলাৰ্ট
















